as_tn/1th/03/06.md

1.2 KiB

আমাৰ ইয়ালৈ আহি

“আমাৰ” শব্দটিৰ দ্বাৰাই পৌল আৰু চীলক বুজোৱা হৈছে পাছে থিচলনীকীয়াৰ বিশ্বাসীৰ সকলক কথা কোৱা হোৱা নাই।(চাওঁক Exclusive)

তোমালোকৰ বিশ্বাসৰ ভাল বাতৰি

“তোমালোকৰ বিশ্বাসৰ ভাল সংবাদ”

তোমালোকে সদায় ভাল মতে সুঁৱৰি আছা

“তোমালোকে প্ৰায়ে ভাল মতে সুঁৱৰি আছা”

তোমালোকে আমাক দেখিবলৈ বৰ ইচ্ছা কৰা

“তোমালোকে আমাক চাবলৈ আশা কৰা”

তোমালোকৰ বিশ্বাসৰ দ্বাৰাই

“খ্ৰীষ্টত থকা তোমালোকৰ বিশ্বাসৰ দ্বাৰাই” বা খ্ৰীষ্টৰ প্ৰতি থকা তোমালোকৰ নিৰন্তৰ বিশ্বাসৰ দ্বাৰাই”।(চাওঁক Explicit and Implicit)