as_tn/1pe/05/12.md

1.3 KiB

চীল ভানাচ

(চাওকঃ নাম অনুবাদ)

উদগণি

"সতৰ্ক কৰা, "উপদেশ দিয়া" বা "দৃঢ়তাৰে আহ্বান কৰা"

মই যি লিখিলো সেয়া ঈশ্বৰৰ প্ৰকৃত অনুগ্ৰহ

"মই যি লিখিলো সেয়াই ঈশ্বৰে আমালৈ দয়াকৰি সিদ্ধ কৰা প্ৰকৃত বাৰ্তা" (UDB)

ইয়াত থিৰে থাকা

"এই বাৰ্তাটো দৃঢ়ভাৱে বিশ্বাস কৰি থাকা" (চাওকঃ উপমা অলংকাৰ) "এইটো" শব্দটোৱে ঈশ্বৰৰ অনুগহৰ কথা বুজাইছে।

তেওঁ, যি গৰাকী বেবিলনত আছে

বেবিলন শব্দটো এটা সঙ্কেত সূচক শব্দ আৰু ই ৰোমান সাম্ৰাজ্যক বুজাৱলৈ ব্যৱহাৰ কৰা হয়।

ইজনে সিজনক চুমাৰে ওলগ জনাবা

"ইজনে সিজনক সাদৰ সম্ভাষন জনাবা আৰু ভাল পাবা"