as_tn/1jn/05/20.md

753 B

আমি জানো

“আমি” ইয়াৰ দ্বাৰাই সকলো বিশ্বাসীক বুজোৱা হৈছে।

আমাক এনে চিত্ত দিলে

“সত্যক জনিবলৈ সক্ষম কৰিলে।” (UDB)

আমি সেই সত্য জনাক জানিছো,

“সেই” ইয়াৰ দ্বাৰাই পিতৃ ঈশ্বৰক বুজাইছে।

আমি তেওঁত আছো

২:৫ ৬ কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক।

প্ৰিয় সন্তানসকল

২:১ কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক।