as_tn/1jn/05/18.md

973 B

আমি জানো যে

“আমি” শব্দটিয়ে সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

পাপ নকৰে

“জানি বুজি পাপ নকৰে।”(UDB)

গোটেই জগতে মিছা মাতে

“জগত” শব্দটিয়ে জগতৰ সেই ব্যৱস্থাৰ কথা কৈছে যাক চয়তানে পৰিচালনা কৰে। (চোৱাঃ Metonymy)

পাপ আত্মা

“পাপ আত্মা” ইয়াৰ দ্বাৰাই চয়তানক বুজাইছে। (চোৱাঃ Metonymy)

গোটেই জগত পাপ আত্মাৰ অধীন

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “চয়তানে সেই সকলো অবিশ্বাসীক নিয়ন্ত্ৰণ কৰে।”