as_tn/1jn/05/13.md

1.1 KiB

এইবোৰ

“এই পত্ৰ”

ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি তোমালোক

“নাম” এই শব্দটিয়ে ঈশ্বৰৰ পুত্ৰক বুজাইছে। অন্য এক অনুবাদ হৈছেঃ “যি জনে ঈশ্বৰৰ পুত্ৰত ভাৰসা কৰিলে।”(চোৱাঃ Metonymy)

তেওঁৰ উদ্দেশ্যে আমি পোৱা সাহ এই যে

“যিহেতু আমি ঈশ্বৰৰ পুত্ৰত ভাৰসা কৰোঁ সেয়েহে আমি এই বিষয়ে নিশ্চিত”

তেওঁৰ ইচ্ছাৰ দৰে যাচনা কৰোঁ

“ঈশ্বৰৰ পুত্ৰই ইচ্ছা কৰাৰ দৰে আমি যদি যাচনা কৰোঁ”

আমি তেওঁক কৰিবলগীয়া যাচনা সমূহ জানো

“আমি জানো যে আমি যি বিচাৰিছো তাক আমি লাভ কৰিম।