as_tn/1jn/05/11.md

898 B

আৰু সেই সাক্ষ্য এই যে

“ঈশ্বৰে এই দৰে কৈছে”(UDB)

সেই জীৱন তেওঁৰ পুত্ৰত আছে

“আমি তেতিয়াহে অনন্ত জীৱনৰ অধিকাৰী হম যেতিয়া আমি তেওঁৰ পুত্ৰত গঠাঁ হম”(UDB), বা “যদিহে আমি তেওঁৰ সন্তানৰ লগত এক হওঁ তেতিয়া হলে অনন্ত জীৱনৰ ভাগী হম।”

যি জনে পুত্ৰক পালে তেওঁৰ জীৱন আছে

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি জনে যীচুত বিশ্বাস কৰিব তেওঁ অনন্ত জীৱনৰ অধিকাৰী হব।”