as_tn/1jn/05/01.md

1.6 KiB

ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হল

“ঈশ্বৰৰ সন্তান”

তেওঁ তাৰ পিতৃ হল

“পিতৃ।” আন এক অনুবাদঃ “তেওঁ আমাক তেওঁৰ সন্তান হবলৈ দিলে”

তেওঁৰ পৰা জন্ম পোৱা জনক প্ৰেম কৰে

“তেওঁৰ সন্তানক প্ৰেম কৰে।” আন এক অনুবাদ হৈছেঃ “তেওঁ নিজ সন্তানবিলাকক প্ৰেম কৰে।”

আমি ঈশ্বৰৰ সন্তান সমূহক প্ৰেম কৰাৰ দ্বাৰাই জানিম যে আমি ঈশ্বৰক প্ৰেম কৰিছো আৰু তেওঁৰ আজ্ঞা সমূহ পালন কৰিছো

আমি তেওঁৰ আজ্ঞা সমূহ পালন কৰিছো কিয়নো আমি ঈশ্বৰক প্ৰেম কৰো

“কিয়নো আমি যেতিয়া তেওঁৰ আজ্ঞা অনুসাৰে কাৰ্য্যকৰোঁ সেইয়ে ঈশ্বৰৰ প্ৰতি প্ৰকৃত প্ৰেম।”

আৰু তেওঁৰ আজ্ঞা সমূহ ববলৈ গধুৰ নহয়

“আৰু তেওঁৰ যি আজ্ঞা সেইয়া বোজা নহয়” বা “তেওঁৰ যি সমূহ আজ্ঞা সেইয়া কঠিন নহয়।”