as_tn/1jn/04/19.md

539 B

আমি

এই শব্দটিয়ে যোহনক, তেওঁ যি সকল লোকৰ উদ্দেশ্যে লিখিছিল, আৰু সকলো বিশ্বাসীকে বুজাইছে। (চোৱাঃ Inclusive)

নিজ ভাইক ঘিণ কৰে

“কোনো এজন বিশ্বাসীক ঘিণ কৰে।”(UDB)

তেওঁৰ পৰা অহা আজ্ঞা

“তেওঁ” শব্দটিয়ে ঈশ্বৰক বুজাইছে।