as_tn/1jn/04/17.md

2.7 KiB
Raw Blame History

ইয়াতে সোধ

বিচাৰৰ দিনা আমি সাহিয়াল হবলৈ এই প্ৰেম আমাৰে সৈতে সিদ্ধ হয় সম্ভৱত ইয়াৰ ২ টা অৰ্থ থাকিব পাৰে ১) “এই” শব্দটিয়ে :১৬ পদটিক বুজাইছে। আন এক অনুবাদঃ “আৰু এজন ব্যক্তিৰ জীৱনত যেতিয়া প্ৰেম থাকে, তেতিয়া তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰ তেওঁত থাকে, তাতে আমাৰ প্ৰেম সিদ্ধ হয়। তাতে সোধ বিচাৰৰ দিনা আমাৰ সম্পূৰ্ণ সাহ থাকিব।” বা ২) “এই” সাহ থকা বুজাইছে। আন এক অনুবাদঃ “আৰু বিচাৰৰ দিনা আমি যদি সাহিয়াল হওঁ যে ঈশ্বৰে আমাক গ্ৰহণ কৰিব, তেতিয়া আমি বুজিম যে আমাৰ মাজৰ প্ৰেম সিদ্ধ হৈছে।”

কিয়নো তেওঁ যেনে কোৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ

“আৰু যিহেতু যীচুৰ যেনে সম্বন্ধ ঈশ্বৰৰ লগত আছে থিক একে সম্বন্ধ পৃথিৱীত আমাৰ ঈশ্বৰৰ লগত আছে”

সিদ্ধ প্ৰেমে ভয় দূৰ কৰে

ইয়াত “প্ৰেম” শব্দটিয়ে এজন ব্যক্তিৰ জীৱনৰ পৰা ভয় আঁতৰাই দিব পৰা শক্তিৰ কথা কৈছে। আন এক অনুবাদ হৈছেঃ “পাছে আমাৰ প্ৰেম যেতিয়া সিদ্ধ হব তেতিয়া আমি আৰু ভয় নকৰিম।” (চাওঁকঃPersonification)

কিয়নো ভয় দণ্ডযুক্ত

“কিয়নো আমি ভয় কৰো যে ঈশ্বৰে যেতিয়া সকলোৰে বিচাৰৰ বাবে আহিব তেতিয়া আমি শাস্তিৰ সন্মূখিন হম”

আৰু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধ নহয়

“যেতিয়া এজন মানুহে তেওঁক ঈশ্বৰে শাস্তি বিহব বুলি ভয় কৰে তাৰ অৰ্থ হল তেওঁৰ প্ৰেম সম্পূৰ্ণ নহয়”