as_tn/1jn/04/15.md

1.2 KiB

যীচু যে ঈশ্বৰৰ পুত্ৰ ইয়াক যি জনে স্বীকাৰ কৰে

“যি জনে যীচুৰ বিষয়ে সত্য কয়, সেয়ে হৈছে যীচু ঈশ্বৰৰ পুত্ৰ হয়”(UDB)

ঈশ্বৰ তেওঁত আৰু তেওঁ ঈশ্বৰত নিবাস কৰে

২:৫ ৬ পদকেইটি কি দৰে অনুবাদ কৰিছে তাক চাওঁক।

ঈশ্বৰৰ প্ৰেম

ই এক উপমা হয় যাৰ অৰ্থ “ঈশ্বৰৰ চৰিত্ৰ হৈছে প্ৰেম”(চাওঁকঃ Metaphor)

যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে, আৰু ঈশ্বৰ তেওঁত থাকে

এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “যি সকলে আনক প্ৰেম কৰি গৈ থাকে তেওঁবিলাকৰ ঈশ্বৰে সৈতে নিবিড় সম্বন্ধ আছে, আৰু ঈশ্বৰো তেওঁবিলাকৰে সৈতে নিবিড় সম্বন্ধ থাকে।”