as_tn/1jn/04/11.md

2.0 KiB

হে প্ৰিয় বিলাক

“প্ৰিয় বন্ধু সকল”(UDB)

ঈশ্বৰে যদি আমাক এনে প্ৰেম কৰিলে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি ‘‘যিহেতু ঈশ্বৰে আমাক ইমান প্ৰেম কৰিলে”

পৰস্পৰে প্ৰেম কৰা

“বিশ্বাসী সকলে ইজনে আন জনক প্ৰেম কৰিব লাগে।”

ঈশ্বৰ আমাত থাকে … আমি তেওঁত থাকো আৰু তেৱো আমাত থাকে

২:৫ ৬ পদটি কি দৰে অনুবাদ কৰা হৈছে চাওঁক।

তেওঁৰ প্ৰেম আমাত সিদ্ধ হয়

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“ঈশ্বৰৰ প্ৰেম আমাত সম্পূৰ্ণ হৈছে।”

আৰু তেওঁ আমাক নিজ আত্মাৰ অংশ দান কৰিলে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “যিহেতু তেওঁ তেওঁৰ পবিত্ৰ আত্মা আমাৰ অন্তৰত দান কৰিলে”

আৰু জগতৰ ত্ৰাণকৰ্ত্তা হবলৈ, পিতৃয়ে যে পুত্ৰক পঠাই দিলে, ইয়াকে দেখি, আমি সাক্ষ্যক দিছোঁ।

এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু আমি পাচনি বিলাকে ঈশ্বৰৰ পুত্ৰক দেখিলো আৰু সকলোকে কলো যে পিতৃ ঈশ্বৰে মানব জাতিক ৰক্ষা কৰিবৰ অৰ্থে নিজ পুত্ৰক পঠালে।”