as_tn/1jn/04/09.md

1.8 KiB

ইয়াতে আমালৈ ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হল

এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰে যে আমাক প্ৰেম কৰে তাক তেওঁ দেখুৱালে”

আমি তেওঁৰ দ্বাৰাই জীৱন লাভ কৰিবলৈ

এই অংশটি এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচু যি কৰিলে তাৰ ফল স্বৰূপে আমি আনন্তকাল জীয়াই থাকিবলৈ সক্ষম হলো।”

ইয়াতেই প্ৰেম আছে

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “প্ৰকৃত প্ৰেমনো কি তাক ঈশ্বৰে আমাক দেখুৱালে”

ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়

এই বাক্যষাৰ এনে দৰেও অনুবাদ কৰিব পাৰি “ঈশ্বৰক আমি প্ৰেম কৰিলো সেই কথা নহয়”

প্ৰায়চিত্তৰ অৰ্থ হল প্ৰায়চিত্তাৰ্থক বলি।

আমাৰ পাপৰ প্ৰায়শ্চিত্ত হবলৈ নিজ পুত্ৰক পঠাই দিলে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি“পাছে নিজ পুত্ৰক বলি হবৰ বাবে পঠালে যাতে ঈশ্বৰে আমাৰ পাপ সমূহ ক্ষমা কৰিব পাৰে।”