as_tn/1jn/04/04.md

1.9 KiB

তোমালোক হলে ঈশ্বৰৰ

“তোমালোক ঈশ্বৰৰ হয়।”

হে বোপাহঁত

২:১ পদত কি দৰে ভাঙনি কৰিছে তাক চাওঁক

তোমালোকে সেই আত্মা বিলাক জয় কৰিলা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোকে ভুৱা শিক্ষক সকলক বিশ্বাস নকৰিলা।”

তোমালোকত থকা জনা

“জনা” ঈশ্বৰক বুজাইছে।

যি জন জগতৰ

“জন” চয়তানক বুজাইছে।

জগত

জগত এই শব্দটিৰ দ্বাৰাই ঈশ্বৰৰ আজ্ঞা পালন নকৰা সকলক বুজাইছে।

সেই আত্মা সমূহ জগতৰ

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই ভুৱা শিক্ষক সকল হৈছে সেই বিলাক লোক যি সকলে ঈশ্বৰৰ আজ্ঞা পালন নকৰে।”

এই কাৰণে তেওঁবিলাকে জগতৰ কথাহে কয়

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই গতিকে তেওঁবিলাকে এনে ধাৰণা সমূহ শিকাই যি ঈশ্বৰ বিৰুদ্ধী”

জগতেও সেই বিলাকৰ কথা শুনে

এই বাক্যষাৰ এনে ধৰণে অনুবাদ কৰিব পাৰি “আৰু যি সকল লোক ঈশ্বৰৰ বাধ্য নহয় তেওঁলোকে তেওঁবিলাকৰ কথা শুনে”