as_tn/1jn/04/01.md

2.0 KiB
Raw Blame History

সকলো আত্মাত বিশ্বাস নকৰিবা

:১ ৩ “আত্মা” শব্দটিয়ে আত্মিক শক্তিৰ কথা কৈছে বা যি শক্তিৰ দ্বাৰাই এজন লোকে বাৰ্তা বা ভাৱবাণী কয়। এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “আত্মাৰ দ্বাৰাই পোৱা বাৰ্তা বুলি ঘোষণা কৰা আটাই ভাৱবাদীক বিশ্বাস নকৰিবা।”

কিন্তু সেই আত্মাবিলাকৰ পৰীক্ষা কৰা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছেসেই ভাৱবাদীয়ে কি কৈছে তাক ভাল দৰে বিচাৰ কৰাৰ দ্বাৰাই শুনা।”

মাংসত আহিল

“মানুহৰ আকাৰ ললে” বা “মানুহৰ ৰূপত আহিল”(UDB)

এইয়া খ্ৰীষ্টাৰি আত্মা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁবিলাক খ্ৰীষ্টৰ বিৰুদ্ধে শিক্ষা দিয়া লোক”

সেয়ে যে আহিছে, তাক তোমালোকে শুনিলা

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেনে ধৰণৰ লোক যে আমাৰ মাজলৈ আহিছে তাক তোমালোকে শুনিছা।”

সেয়ে এতিয়া জগতত উপস্থিত আছে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু এতিয়া তেওঁবিলাক আমাৰ মাজত আছে!”(UDB)