as_tn/1jn/03/23.md

2.2 KiB

এয়ে তেওঁৰ আজ্ঞা

এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “ঈশ্বৰে আমাক এনে ধৰণে কৰাতো বিচাৰে।”

তেওঁ তেওঁত থাকে আৰু তেৱোঁ তেওঁত থাকে

২:৫ ৬ এই পদকেইটি কি দৰে অনুবাদ কৰিলে তাক চাওঁক।

কিয়নো ঈশ্বৰ প্ৰেম

এই বাক্যষাৰে এনে ধৰণেও অনুবাদ কৰিব পাৰি “কিয়নো ঈশ্বৰে আমাক ইজনে সিজনক প্ৰেম কৰিবলৈ শিকাই”

ঈশ্বৰৰ পৰা জন্ম পোৱা

এয়া এক উপমা যাৰ দ্বাৰাই এজন ব্যক্তিৰ ঈশ্বৰৰ লগত পিতৃ আৰু সন্তানৰ যি দৰে সম্বন্ধ তেনে সম্বন্ধৰ কথা বুজাইছে(চাওঁকঃ Metaphor)

আৰু যি কোনোৱে প্ৰেম কৰে তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু যি সকলে নিজৰ ভাইক প্ৰেম কৰে তেওঁ ঈশ্বৰৰ সন্তান হয় আৰু ঈশ্বৰক জানে।”(UDB)

যি জনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম হয়

এই বাক্যষাৰ এনে ধৰণেও অনুবাদ কৰিব পাৰি “ঈশ্বৰৰ চৰিত্ৰ হৈছে সকলো লোককে প্ৰেম কৰা। যি সকলে নিজ ভাইক প্ৰেম নকৰে তেওঁবিলাকে ঈশ্বৰক নাজানে কিয়নো ঈশ্বৰৰ চৰিত্ৰ হৈছে মানুহক প্ৰেম কৰা।”