as_tn/1jn/03/11.md

1.2 KiB

আমি যেন পৰস্পৰে প্ৰেম কৰোঁ

ইয়াত “আমি” শব্দটিয়ে সকলো বিশ্বাসীকে বুজাইছে। (চাওঁকঃ Inclusive)

পাছে তেওঁ কি কাৰণে তেওঁক বধ কৰিলে? কিয়নো

যোহনে এই দৰে প্ৰশ্ন সোধাৰ দ্বাৰা তেওঁৰ বিশ্বাসী সকলক এটা শিক্ষা দিব বিচাৰিছিল। ইয়াক মত প্ৰকাশ কৰাৰ ধৰণে অনুবাদ কৰিব পাৰিঃ “তেওঁক তেওঁক হত্যা কৰিলে কিয়নো” (চাওঁকঃ Rhetorical Question)

তেওঁৰ নিজৰ কৰ্ম্ম মন্দ, কিন্তু ভায়েকৰ কৰ্ম্ম ধৰ্ম্মময় আছিল

ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “কিয়নো তেওঁ সদায়ে পাপ আচৰণ কৰিছিল আৰু তেওঁৰ ভায়েকে ধাৰ্ম্মিকৰ দৰে আচৰণ কৰিছিল।”