as_tn/1jn/03/09.md

2.1 KiB

যি কোনো ঈশ্বৰৰ পৰা জন্ম পোৱা হয়

ইয়াক প্ৰত্যক্ষ ভাবেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে যি সকলক নিজ সন্তানক কৰিলে।”(চাওঁকঃ Active or Passive)

তেওঁ পাপ

আচৰণ নকৰেঃ “তেওঁবিলাকে অহৰহ পাপ নকৰে”(UDB)

ঈশ্বৰৰ বীজ

ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে যি দৰে মাটিত এটি বীজ ৰোপন কৰাৰ দ্বাৰাই বৃদ্ধি পায় থিক একে দৰে ঈশ্বৰে এজন বিশ্বাসীৰ জীৱনত পবিত্ৰ আত্মাৰ বীজ ৰোপন কৰাৰ দ্বাৰাই তেওঁবিলাকক পাপ নকৰিব বা আৰু কিন্তু ঈশ্বৰৰ গ্ৰহণীয় কাৰ্য্য কৰিবৰ বাবে শক্তি প্ৰদান কৰে। ইয়াক এই ধৰণেও অনুবাদ কৰিব পাৰি “পবিত্ৰ আত্মা।” (চাওঁকঃMetaphor)

কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হল

ইয়াক প্ৰত্যক্ষ ভাবে অৰ্থাত এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ“ঈশ্বৰে তেওঁক এক নতুন আত্মিক জীৱন দান প্ৰদান কৰিছে” বা “তেওঁ ঈশ্বৰৰ সন্তান।”

ইয়াতে ঈশ্বৰৰ সন্তানবিলাক আৰু চয়তানৰ সন্তানবিলাক প্ৰকাশিত হয়ঃ ইয়াক প্ৰত্যক্ষ বাক্য ব্যৱহাৰ কৰি অনুবাদ কৰিব পাৰিঃ “আৰু এই দৰে আমি ঈশ্বৰৰ সন্তান আৰু চয়তানৰ সন্তাক চিনি পাওঁ।”