as_tn/1jn/03/07.md

1.9 KiB

হে বোপাহঁত

২:১ পদটি কেনেকৈ অনুবাদ কৰা হৈছে তাক চাওঁক

তোমালোকক ভুলাবলৈ কাকো নিদিবা

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোককে আন কাকো নিজকে ভুলাবলৈ নিদিবা” বা “তোমালোকক যেন কোনেও নভুলাই”(UDB)

যি কোনোৱে ধৰ্ম্ম

আচৰণ কৰে খ্ৰীষ্ট যেনে ধাৰ্ম্মিক হয়, তেৱো তেনে ধাৰ্ম্মিক হয় ইয়াক এনে ধৰণেও অনুবাদ কৰিব “খ্ৰীষ্ট যেনেকৈ ঈশ্বৰৰ প্ৰিয় তেনে দৰে যি জনে সত্য পালন কৰে ঈশ্বৰ তেওঁত সন্তোষ্ট হয়।”

পাপ আচৰণ

কৰে “অহৰহ পাপ কৰি যোৱা”(UDB)

তেওঁ চয়তানৰ

“চয়তানৰ হয়” বা “চয়তানৰ দৰে”(UDB)

আদিৰে পৰা

এই কথাষাৰে সৃষ্টিৰ সেই সয়ৰ কথা বুজাইছে যি সময়ৰলৈকে মানুহে পাপ কৰা নাছিল। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “সৃষ্টিৰ আৰম্ভণিৰ সময়ৰ পৰাই” (চাওঁকঃ Metonymy)

ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হল

ইয়াক প্ৰত্যক্ষ ভাবে অৰ্থাত এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰে তেওঁৰ পুত্ৰক প্ৰকাশ কৰিলে” (চাওঁকঃ Active or Passive)