as_tn/1jn/03/04.md

1.2 KiB

পাপ

আচৰণ কৰে “পাপতে থাকে”(UDB)

বিধান লভ্ঘন কৰে

“ঈশ্বৰৰ বিধান পালন কৰিবলৈ অস্বীকাৰ কৰে”(চাওঁকঃ Forms of You)

খ্ৰীষ্ট প্ৰকাশিত হৈছিল

ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰিঃ “খ্ৰীষ্ট প্ৰকাশিত হল” বা “পিতৃয়ে খ্ৰীষ্টক প্ৰকাশ কৰিলে।” (চাওঁকঃActive or Passive)

তেওঁত থাকে

২:৫ ৬ পদ কেইটি কি দৰে অনুবাদ কৰা হল তাক চাওঁক

তেওঁক দেখা নাই আৰু জনাও নাই

ইয়াত একেটা বিষয়ে দুই ধৰণে কবৰ বাবে চেষ্টা কৰা হৈছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তেওঁক কেতিয়াও প্ৰকৃত অৰ্থত বিশ্বাস কৰা নাছিল।” (চাওঁকঃ Doublet)