as_tn/1jn/03/01.md

2.5 KiB

চোৱা পিতৃয়ে আমাক কেনে প্ৰকাৰৰ প্ৰেম দান কৰিলে

“আমাৰ পিতৃয়ে আমাক কেনে প্ৰেম কৰে তাক চিন্তা কৰি চোৱা” (UDB)

আমাৰ ওপৰত দিলে

“আমালৈ দান কৰিলে” বা “আমালৈ কৰিলে”

আমালৈ...আমি

৩:১ ৩ পদত এই শব্দকেইটিয়ে যোহন, তেওঁ যি সকলৰ উদ্দেশ্যে লিখিছে, আৰু সকলো বিশ্বাসী বুজাইছে। (চাওঁকঃ Inclusive)

আমি যেন ঈশ্বৰৰ সন্তান বুলি বিখ্যাত হওঁ

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ “পিতৃয়ে আমাক তেওঁৰ সন্তান বুলি মাতিব লাগে।” (চাওঁকঃ Active or Passive)

জগতে আমাক নাজানে, কাৰণ তেওঁক নাজানে

ইয়াত “জগত” শব্দটিয়ে ঈশ্বৰক সন্মান নকৰা লোক সকলক বুজাইছে। জগতে যি নাজানে সেই বিষয়ে ইয়াত কোৱা হৈছেঃ “যি সকলে ঈশ্বৰক সন্মান নকৰে তেওঁবিলাকে আমি যে ঈশ্বৰৰ হয় তাক নাজানে, কিয়নো তেওঁবিলাকে ঈশ্বৰক নাজানে (চাওঁকঃ Metonymy and Explicit and Implicit Information)”

এতিয়ালৈকে প্ৰকাশিত হোৱা নাই

এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰিঃ “ঈশ্বৰ প্ৰকাশিত হোৱা নাই”

আৰু তেওঁৰ ওপৰত যি কোনোৰ আশা আছে, তেওঁ যেনেকৈ শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে

এই বাক্যষাৰে এনে ধৰণে অনুবাদ কৰিব পাৰি “যি সকলে অধিৰ আশাৰে খ্ৰীষ্টক চাবৰ বাবে অপেক্ষাত আছে তেওঁবিলাকে নিজকে পবিত্ৰ কৰি ৰাখে কিয়নো খ্ৰীষ্ট পবিত্ৰ।”