as_tn/1jn/02/27.md

2.5 KiB

হে বোপাহঁত

২:২৭ ২৯ “বোপাহঁত” শব্দটি বহুবচনত আছে আৰু ইয়াৰ দ্বাৰাই যোহনে যি সকল বিশ্বাসীৰ উদ্দেশ্যে লিখিছে তেওঁবিলাকক বুজাইছে। (চাওঁকঃ Forms of You)

অভিষেক

ইয়াৰ দ্বাৰাই “ঈশ্বৰৰ আত্মাক” বুজাইছে। ২:২০ অভিষেক সম্বন্ধীয় টোকা চাওঁক।

সেই অভিষেকে যেনেকৈ তোমালোকক শিক্ষা দিছে

“কিয়নো তেওঁৰ অভিষেকৰ দ্বাৰাই তোমালোকে শিক্ষা পাইছা” সকলো বিষয়তে এই বাক্যষাৰ অতিৰজ্ঞিত ভাবে কোৱা হৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তোমালোকৰ জানিবৰ বাবে যি প্ৰয়োজন” (UDB) (চাওঁক: Hyperbole)

তেওঁতে থাকা

এই বাক্যষাৰ Explicit and Implicit দুই ভাবে কি দৰে অনুবাদ কৰা হৈছে তাক চাওঁক।

এতিয়া

এই শব্দটি ব্যৱহাৰ কাৰৰ দ্বাৰাই পত্ৰ খনিৰ এটা নতুন অধ্যায়ৰ আৰম্ভণি হোৱা বুজায়।

প্ৰিয় সন্তানবিলাক

২:১ পদত ইয়াক কেনেকৈ অনুবাদ কৰা হৈছে তাক চাওঁক।

তেওঁ প্ৰকাশিত হলে

“আমি তেওঁক দেখিম”

সাহ

“দৃঢ় বিশ্বাস”

তেওঁৰ আগমনৰ কালত

“তেওঁৰ আগমনৰ কালত” এই বাক্যষাৰে যীচু পৃথিৱীৰ ৰজা আৰু বিচাৰক হিচাপে পুনৰ আগমনৰ কথা কৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তেওঁ যেতিয়া মানব জাতিৰ বিচাৰৰ বাবে আহিব,”

তেওঁৰ পৰা জন্ম পোৱা

“ঈশ্বৰৰ পোৱা জন্ম পোৱা” বা “ঈশ্বৰৰ সন্তান”