as_tn/1jn/02/20.md

1.6 KiB

তোমালোকে হলে, পবিত্ৰ জনাৰ পৰা অভিষেক পালা

“পাছে পবিত্ৰ জনাই তোমালোকক অভিষেক কৰিলে।” পুৰণি নিয়মত অভিষেক বুলি কলে কোনো এজন ব্যক্তিৰ মুৰ তেওঁ বাকি দিয়াৰ দ্বাৰাই ঈশ্বৰৰ কাৰ্য্যৰ বাবে পৃথক কৰা বুজায়। ইয়াত “অভিষেক” শব্দটিৰ দ্বাৰাই যীচুৱে এজন ব্যক্তিক পবিত্ৰ আত্মা বাকী দিয়াৰ দ্বাৰাই ঈশ্বৰৰ কাৰ্য্যৰ বাবে পৃথক কৰা বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে যীচু খ্ৰীষ্ট, সেই পবিত্ৰ জনাই, তোমালোকক তেওঁৰ আত্মা দান কৰিছে।”(চোৱাঃ উপমা বা Metaphor)

কোনো মিছা সত্যৰ পৰা উৎপন্ন নহয়

“কোনো মিছা সত্যৰ পৰা নাহে।” “সত্যৰ পৰা” বাক্যষাৰীয়ে ঈশ্বৰক বুজাব পাৰে, যি জন সম্পূৰ্ণ সত্য। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “সেই সত্য জনাৰ পৰা কোনো মিছা নাহে।”