as_tn/1jn/02/18.md

2.9 KiB

প্ৰিয় সন্তানবিলাক

২:১ পদটো কেনেকৈ অনুবাদ কৰা হৈছে চাওঁক।

শেষ

কাল উপস্থিত হৈছে “শেষ কাল” এই বাক্যষাৰে যীচু মানুহ বিলাকৰ বিচাৰৰ বাবে পৃথিবীলৈ অহাৰ কেইটামান মূহুৰ্তৰ আগৰ সময়ৰ কথা কৈছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যীচু অতি শীঘ্ৰে ঘুৰি আহিব।”(চোৱাঃ Metonymy)

ইয়াৰ দ্বাৰাই আমি জানো যে

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “আৰু এই হেতুকে আমি জানো যে” বা “যিহেতু বহুতো খ্ৰীষ্টাৰি আহিব, সেই গতিকে আমি জানো যে।”

আৰু খ্ৰীষ্টাৰি আহিব লাগিছে

“এনে বহুতো লোক আছে যি খ্ৰীষ্টৰ বিৰুদ্ধী।”

তেওঁবিলাক আমাৰ মাজৰ পৰা ওলাই গল

“তেওঁবিলাকে আমাক এৰিলে”

কিন্তু তেওঁবিলাক আমাৰ সম্বন্ধীয় নাছিল

“যিহেতু তেওঁবিলাক প্ৰকৃতাৰ্থত আমাৰ সম্বন্ধীয় নাছিল” বা “তেওঁবিলাক সঁচা অৰ্থৎ আমাৰ দলৰ অংশ নাছিল।” তেওঁবিলাক সেই দলৰ অংশ নাছিল কিয়নো তেওঁবিলাকে যীচু খ্ৰীষ্টত বিশ্বাস নাছিল।

কিয়নো আমাৰ সম্বন্ধীয়া হোৱা হলে আমাৰ লগত থাকিলহেঁতেন

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যদিহে প্ৰকৃতাৰ্থত তেওঁবিলাক বিশ্বাসী হল হয় তেওঁবিলাকে আমাক এৰি নগলহেতেঁন।”

তেওঁবিলাক যে আমাৰ সম্বন্ধীয় নহয়, এয়ে প্ৰকাশিত হবলৈ তেওঁবিলাক ওলাই গল

ইয়াক প্ৰত্যক্ষ ভাবে কব পৰা যায়ঃ “তেওঁবিলাক ওলাই গল যাতে ঈশ্বৰে আমাক দেখুৱাব পাৰে যে তেওঁ বিলাক প্ৰকৃতাৰ্থত বিশ্বাসী নাছিল।” (চোৱাঃ পৰোক্ষ বা প্ৰত্যক্ষ, Active or Passive)