as_tn/1jn/02/12.md

2.8 KiB

প্ৰিয় সন্তানবিলাক

২:১ পদত ইয়াক কেনেকৈ ভাঙনি কৰিছা তাক চোৱা। তোমালোকৰ পাপ সমূহ ক্ষমা কৰা হল ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰিঃ এই বাক্যষাৰ পৰোক্ষ্ ভাবে অনুবাদ কৰিব পাৰি “ঈশ্বৰে তোমাৰ পাপ সমূহ ক্ষমা কৰিলে”(UDB). (See: Active or Passive)

খ্ৰীষ্টৰ নামৰ গুণে

“খ্ৰীষ্টৰ নামত” বাক্যালঙ্কাৰ বিশেষ, ইয়াৰ দ্বাৰাই খ্ৰীষ্ট আৰু তেওঁ যি যি কৰিলে তাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “পাছে খ্ৰীষ্টই তোমাৰ বাবে যি কৰিলে” (UDB). (চোৱাঃবাক্যালঙ্কাৰ বিশেষ বা Metonymy)

হে পিতৃবিলাক, তোমালোকলৈ লিখিছোঁ

“পিতৃ” এই শব্দটিৰ দ্বাৰাই প্ৰকৃত বিশ্বাসী সকলৰ কথা বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “হে প্ৰকৃত বিশ্বাসী সকল, মই তোমালোকলৈ লিখিলো।”

তোমালোকে জানা

“তোমালোকৰ এক সম্বন্ধ আছে”

যি জনা আদিৰে পৰা আছে

“যি জনা সদায়ে জীয়াই থাকে” বা “যি জনা সদায়ে আছে।” ইয়ে “যীচু” বা “পিতৃ ঈশ্বৰক” বুজাইছে।(চোৱাঃ Ambiguity)

হে ডেকাবিলাক

এই বাক্যষাৰৰ দ্বাৰাই সেই সকলক বুজাইছে যি নতুন বিশ্বাসী নহয় কিন্তু এতিয়া আত্মিক ভাবে সিদ্ধ হৈ উঠিছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “ডেকা বিশ্বাসী সকল।”

ঈশ্বৰৰ বাক্য তোমালোকৰ অন্তৰত থাকে

ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “তোমালোকে ঈশ্বৰৰ বাক্যক জানা”

জয় কৰা

“জয়কৰিলা” বা “ওপৰত বিজয়ী” বা “পৰাস্ত কৰিলা”(UDB)