as_tn/1jn/02/04.md

3.3 KiB

যি কোনোৱে কয়

“যি কোনোৱে কয়” বা “যি জন ব্যক্তিয়ে কয়”

মই ঈশ্বৰক জানো

এই বাক্যষাৰ এই দৰে অনুবাদ কৰিব পাৰি “মোৰ ঈশ্বৰৰ লগত সু সম্পৰ্ক আছে।”

পালন নকৰে

“তেনে দৰে নকৰে” বা “অবাধ্য হয়”

তেওঁৰ আজ্ঞাবোৰ

“ঈশ্বৰে তেওঁক যি কৰিবলৈ কৈছে”

তেওঁৰ অন্তৰত সত্য নাই

“ঈশ্বৰে যাক সত্য বুলি কৈছে তাক তেওঁ বিশ্বাস নকৰে”

পালন

“কৰে” বা “বাধ্য”

তেওঁৰ বাক্য

“ঈশ্বৰে তেওঁক যি কৰিবলৈ কৈছে”

ঈশ্বৰৰ প্ৰেম

সম্ভৱত অৰ্থ ১) “ঈশ্বৰৰ প্ৰতি আমাৰ প্ৰেম” বা ২) “আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম।”

তেওঁৰ অন্তৰত ঈশ্বৰৰ প্ৰেম স্বৰুপেই সিদ্ধ হল

ইয়াক active বাক্য হিচাপে অনুবাদ কৰিব পাৰিঃ “আৰু ঈশ্বৰৰ আজ্ঞা সমূহ যি সকলে পালন কৰে সেই সকলেহে প্ৰকৃততে ঈশ্বৰক প্ৰেম কৰে” (UDB) বা “ঈশ্বৰৰ প্ৰেম লোকসকলে তেতিয়াহে লাভ কৰিব যেতিয়া তেওঁবিলাকে তেওঁৰ আজ্ঞা সমূহ পালন কৰিব”(চোৱাঃ Active or Passive)

তাৰ দ্বাৰাই আমি জানো যে, তেওঁত আমি আছোঁ

“আমি তেওঁত আছো” ইয়াৰ দ্বাৰাই বুজাব বিচৰা হৈছে যে বিশ্বাসী জন সদায়ে ঈশ্বৰে সৈতে গঠাঁ হৈ থাকে বা তেওঁ ঈশ্বৰৰ সহভাগিতাত থাকে।১ যোহনত উল্লেখিত “তেওঁতে থাকা” বাক্যষাৰেও একে অৰ্থ প্ৰকাশ কৰে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যেতিয়া আমি ঈশ্বৰে কোৱাৰ দৰে তেওঁৰ আজ্ঞা সমূহ পালন কৰোঁ, তেতিয়া আমি নিশ্চিত যে তেওঁৰ লগত আমাৰ সহভাগিতা আছে।”

তেওঁ আমাত থাকে

“আমাৰ লগত তেওঁৰ সম্বন্ধ আছে”

যীচু খ্ৰীষ্টই যেনেকৈ খোজ কাঢ়িছিল তেনেকৈ আমিও যদি খোজ কাঢ়ো

“খ্ৰীষ্টই যি ধৰণে জীয়াই আছিল” বা “খ্ৰীষ্টই যি দৰে ঈশ্বৰৰ বাধ্য হৈ চলিছিল।”