as_tn/1jn/01/08.md

2.6 KiB

যদি আমি

৮,৯ আৰু ১০ পদত কোৱাৰ দৰে “যদি আমি” এই বাক্যষাৰ হব পৰা এটা বিশেষ পৰিস্থিতিৰ বিষয়ে ধাৰণা কৰি কোৱা হৈছে। (চোৱাঃHypothetical Situations )

আমি…আমাৰ

৮ ১০ পদত উল্লেখ কৰা “আমি” আৰু “আমাৰ” এই শব্দ কেইটিয়ে গোটেই বিশ্বাসী সকলক বুজাইছে। (চোৱাঃInclusive )

পাপ নাই

“কেতিয়াও পাপ কৰা নাই” বা “কোনো দিনে পাপ কৰা নাই” (UDB)

ভুলাওঁ

“ঠগা” বা “মিছলীয়া পাতোঁ”

আমাত সত্যতা নাই

“আমাৰ অন্তৰত তেওঁৰ বাক্য নাই”

তেওঁ…তেওঁত…তেওঁৰ

এই শব্দকেইটিয়ে নিশ্চয় যীচুক বুজাইছে, কিন্তু ইয়াৰ দ্বাৰাই পিতৃ ঈশ্বৰকো বুজাব পাৰে। যদি আপোনাৰ ভাষাই অনুমতি দিয়ে তেনেহলে দুই ধৰণে ভাব প্ৰকাশ কৰাকৈ অনুবাদ কৰাই ভাল।(চোৱাঃ Ambiguity)

বিশ্বাসী আৰু পবিত্ৰ

“অনুগত আৰু ভাল”

আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্ম্মৰ পৰা আমাক শুচি কৰে

“আমি কৰা ভুলৰ বাবে আমাক সম্পূৰ্ণভাৱে ক্ষমা কৰিব।” (চোৱাঃDoublet)

আমি তেওঁক মিছলীয়া পাতো

“তেওঁক মিছলীয়া পতাৰ দৰে কথা, কিয়নো তেওঁৱে কৈছে বোলে আমি সকলোৱে পাপ কৰিলো।” এই বাক্যষাৰে “কিয়নো তেওঁকৈছে আমি সকলোৱে পাপ কৰিলো” is implicit. (See: Explicit and Implicit Information)

তেওঁৰ বাক্য আমাত নাই

এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “তেওঁ যি কৈছে তাক আমি বুজা নাই বা পালন নকৰো।”