as_tn/1co/16/21.md

622 B

মই, পৌলে, মোৰ নিজ হাতেৰে এইখন লিখিলো

পৌলে এইটা স্পষ্ট কৰি দিছে যে এই পত্ৰথনত থকা নিৰ্দেশনাবোৰ স্বয়ং তেওঁৰ পৰা আহিছে যদিও প্ৰায়বোৰ পত্ৰই তেওঁৰ কোনা সহযোগী এজনৰ দ্বাৰা লিখা হৈছিল।

তেওঁ এক শাপগ্ৰস্থ হওক

ব্যাখ্যা: "ঈশ্বৰে তেওঁক শাও দিয়ক।"