as_tn/1co/13/11.md

1.1 KiB

কাৰণ এক অস্পষ্ট ছবি ৰূপে, এতিয়া আমি আয়নাত দেখি আছোঁ

এইটো প্ৰথম শতিকাৰ আয়নাৰ নিৰ্দেশ কৰিছে, যিটোক চিচাঁৰ পৰিৱৰ্ত্তে মসৃণ কৰা ধাতুৰে নিৰ্ম্মাণ কৰা হৈছিল, আৰু এক অনুজ্জল, অস্পষ্ট ১নং প্ৰতিফলন কৰিছিল।

মুখা

মুখীকৈ এইটোৰ অৰ্থ হৈছে আমি শাৰীৰিক বাবে খ্ৰীষ্টৰ উপস্থিতিত থাকিম। (অন্তৰ্ভুক্তি শব্দ চাওক)

যিদৰে মোক সম্পুৰ্ণকৈ জনা হ’ল

ব্যাখ্যাঃ “যিদৰে খ্ৰীষ্টই মোক সম্পুৰ্ণকৈ জানিলে” (সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)