as_tn/1co/12/25.md

762 B

যাতে শৰীৰটো ভিতৰত কোনো দলভেদ নাথাকে, কিন্তু

ব্যাখ্যাঃ “শৰীৰটো একত্ৰ হ’ব পাৰে, আৰু”(বিপৰীত অৰ্থ চাওক)

এক অঙ্গই সন্মান পালে

ব্যাখ্যাঃ “এটা অঙ্গই সন্মান পায়”(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

এতিয়া তোমলোক হৈছা...

ইয়াত “এতিয়া” শব্দটোৱে পাছৰ গুৰুত্বপুৰ্ণ বিষয়বোৰলৈ মনোযোগ দিবলৈ ব্যৱহাৰ হৈছে।