as_tn/1co/11/05.md

1.4 KiB

তাইৰ মুৰ ঢকা হওক

ওৰণি নোহোৱাকৈ, যিটো মুৰৰ ওপৰত পিন্ধা হৈছিল, কান্ধৰ পৰা তললৈকে বৈ পৰা, কিন্তু মুখখন মুকলি হৈ থাকে।

তাইৰ নিজৰ মুৰৰ অমৰ্য্যদা কৰে

সাম্ভাব্য অৰ্থবোৰ হৈছে ১)“তাইৰ নিজৰ ওপৰত অসন্মান আনে”(UDB) বা ২) “তাইৰ স্বামীৰ ওপৰত অসন্মান আনে”

তাইৰ মুৰ খুৰোৱাৰ নিচিনা হয়

তাই যেন মুৰৰ সকলোবোৰ আৱৰণ খুৰ লগাই খুৰাই পেলালে।

মহিলাৰ বাবে যদি এইটো অসন্মান স্বৰুপ হয়...

আধুনিক যুগত, এইটো এক অসন্মান স্বৰূপ হয় বা মহিলাৰ বাবে চুলি চুটিকৈ কটা বা চুলি খুৰাই পেলোৱাটো একেবাৰে চৰম লাজৰ কথা হয়।

তাইৰ মুৰ ঢাকি লওক

“মুৰত কাপোৰ লওক বা তাইৰ মুৰত ওৰণি লওক।”