as_tn/1co/10/14.md

1.7 KiB

দেৱপুজাৰ পৰা পলোৱা

“সিদ্ধান্ত লৈ মুৰ্ত্তি উপাসনা কৰাৰ পৰা আতৰি যোৱা”(শাব্দিক অৰ্থ চাওক)

আশীৰ্ব্বাদৰ পান

পাত্ৰ প্ৰভুভোজত ৰীতিগতভাবে দ্ৰাক্ষাৰসেৰে পুৰ্ণ পিয়লা বৰ্ণনা কৰিবলৈ পৌলে এই প্ৰকাশভঙ্গী ব্যৱহাৰ কৰিছে

খ্ৰীষ্টৰ শৰীৰৰ সহভাগিতা নহয় নে?

আমি অংশীদাৰ হোৱা দ্ৰাক্ষাৰসৰ পিয়লাই খ্ৰীষ্টৰ তেজৰ অংশীদাৰ হোৱাটো বুজাই। ব্যাখ্যাঃ “আমি খ্ৰীষ্টৰ তেজৰ সহভাগী হওঁ”(UDB, আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

আমি যি পিঠা ভাঙো, খ্ৰীষ্টৰ শৰীৰৰ সহভাগী নহয় নে?

ব্যাখ্যাঃ“আমি যি পিঠাৰ সহভাগী হওঁ, সেইয়া আমি খ্ৰীষ্টৰ শৰীৰৰ সহভাগী হওঁ” (UDB, আচল অৰ্থবুজোৱা প্ৰশ্ন চাওক)

সহভাগী হোৱা

“অংশীদাৰ হোৱা” বা “আনসকলৰ লগত সমানে অংশ লোৱা”

পিঠা

এটা ফুলাই লোৱা পিঠা যিটো খোৱা আগতে ডোখৰ ডোখৰ বা টুকুৰা টুকুৰ কৰা হয়।