as_tn/1co/09/03.md

1.8 KiB

আমাৰ ভোজন পান কৰিবলৈ ক্ষমতা নাই নে? ব্যাখ্যাঃ “মণ্ডলীবিলাকৰ পৰা ভোজন পান আদি গ্ৰহণ কৰিবলৈ আমাৰ সম্পুৰ্ণ অধিকাৰ আছে”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

আমি

পৌল আৰু বাৰ্ণাবাক নিৰ্দেশ কৰিছে (এৰাই চলা চাওক)

আন আন পাঁচনি, প্ৰভুৰ ভায়েকসকল আৰু কৈফাৰ দৰে এগৰাকী বিশ্বাসীকাৰীনী ভাৰ্য্যা লগত লৈ ফুৰিবৰ ক্ষমতা আমাৰ নাই নে? ব্যাখ্যাঃ “যদি আমাৰ বিশ্বাসকাৰীনী ভাৰ্য্যা আছে, তেওঁলোকক আমি লগত লৈ ফুৰিবৰ ক্ষমতা আছে যিহেতু আন আন পাঁচনিসকল, প্ৰভুৰ ভায়েকসকল আৰু কৈফাৰ ক্ষেত্ৰতো একে কথা” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

নাইবা ই কেৱল বাৰ্ণাবা আৰু মইহে কাম কৰিব লাগে নে কি? ব্যাখ্যাঃ “বাৰ্ণাবা আৰু মই কাম নকৰিলেও হয়” বা “কিন্তু বাৰ্ণাবা আৰু মই কাম কৰি ধন উপাৰ্জন কৰিবলৈ তোমালোকে আশা কৰা।”(আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)