1.5 KiB
1.5 KiB
তুমি এগৰাকী নাৰীৰে সৈতে বিবাহৰ অঙ্গীকাৰেৰে বন্ধা হৈছা নে?
যিসকল বিবাহিত তেওঁলোকৰ প্ৰতি পৌলে সম্বোধন কৰিছে। ব্যাখ্যাঃ“তুমি বিবাহিত নে,”
তাৰ পৰা মুক্ত হ’বলৈ নিবিচাৰিবা
ব্যাখ্যাঃ“বৈবাহিক অঙ্গীকাৰৰ পৰা মুক্ত হ’বলৈ চেষ্টা নকৰিবা”
তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈছা নে বা অবিবাহিত নে ? পৌলে এতিয়া যিসকল বৰ্তমান অবিবাহিত তেওঁলোকক সম্বোধন কৰিছে। ব্যাখ্যাঃ “যদি তুমি এতিয়া বিবাহিত নহয়”
ভাৰ্য্যা পাবলৈ চেষ্টা নকৰিবা
ব্যাখ্যাঃ “বিবাহিত হ’বলৈ চেষ্টা নকৰিবা”
সমৰ্পিত
“সম্পন্ন কৰা” নাইবা “সংযুক্ত হোৱা”
মই তোমালোকক সেইবিলাকৰ পৰা বচাব বিচাৰিছোঁ
ব্যাখ্যাঃ “সেই বিলাকক তোমালোকে লোৱাটো মই নিবিচাৰোঁ”