as_tn/1co/07/15.md

1.4 KiB

এনেবোৰ ক্ষেত্ৰত, ভাই বা ভনী তেওঁলোকৰ অঙ্গীকাৰত বন্ধা হৈ থাকে

“এনেবোৰ ক্ষেত্ৰত, বিশ্বাস কৰা সঙ্গীজনৰ বৈবাহিক বন্ধনৰ কোনো প্ৰয়োজন নাই(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

হে নাৰী, তুমি তোমাৰ অবিশ্বাস কৰ স্বামীৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰা তাৰ বিষয়ে কি জানা?

“তুমি তোমাৰ অবিশ্বাস কৰা স্বামীৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰা তাক তুমি নাজানা।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

হে পুৰূষ, তুমি তোমাৰ ভাৰ্য্যাৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰা তাৰ বিষয়ে কি জানা?

“তুমি তোমাৰ অবিশ্বাস কৰা ভাৰ্য্যাৰ পৰিত্ৰাণ কৰাব পাৰিবানে নোৱাৰা তাক তুমি নাজানা।” (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)