as_tn/1co/07/01.md

1.9 KiB

এতিয়া

পৌলে তেওঁৰ শিক্ষাত এক নতুন বিষয়ৰ পৰিচয় কৰিছে।

তোমালোকে যি বিষয়ে মোলৈ লিখিছিলা

কৰিন্থীয়াসকলে কিছুমান নিৰ্দিষ্ট প্ৰশ্ন উত্তৰ বিচাৰি পৌললৈ এখন পত্ৰ লিখিছিল।

এজন পুৰুষৰ বাবে

এই ব্যবহাৰটোত, পুৰুষ সঙ্গী নাইবা গিৰিয়েক

এই ভাল কথা

ব্যাখ্যাঃ “এইটোৱেই সঠিক আৰু গ্ৰহণীয়।”

এনে সময় আছে যে পুৰুষে তেওঁৰ ভাৰ্য্যাৰ লগত শয়ন নকৰাকৈ থকাটো ভাল

ব্যাখ্যাঃ “পুৰুষে একেবাৰেই যৌন সম্ভোগ নকৰাকৈ থকাটো ভাল।”

কিন্তু বহুতো অনৈতিক কাৰ্য্যৰ পৰীক্ষাত পৰাৰ বাবে

ব্যাখ্যাঃ “কিন্তু মানুহে যৌন পাপত পৰাৰ অভিজ্ঞতা থকাৰ বাবে।”

প্ৰতিজন পুৰুষৰ নিজা নিজা ভাৰ্য্যা হওক, আৰু প্ৰতি গৰাকী মহিলাৰো নিজা নিজা স্বামী হওক

এই বহুপত্নী সংস্কৃতিটো স্পষ্ট কৰিবৰ কাৰণে, “প্ৰতিজন পুৰুষৰ নিজা এগৰাকী ভাৰ্য্যা হওক, আৰু প্ৰতি গৰাকী মহিলাৰো নিজা এজন স্বামী হওক”