as_tn/1co/06/19.md

1.8 KiB

তোমালোকে নাজানা নে কি

“তোমালোকে ইতিমধ্যে জানা যে।” পৌলে সত্যতাটোৰ ওপৰত গুৰুত্ব দিছে যে তেওঁলোকে ইতিমধ্যে জানে। (আচল অৰ্থ বুজোৱা প্ৰশ্ন চাওক)

তোমালোকৰ শৰীৰ

প্ৰতিজন বৈক্তিক খ্ৰীষ্টিয়ান পবিত্ৰ আত্মাৰ একো একোজন মন্দিৰ।

পবিত্ৰ আত্মাৰ মন্দিৰ

একোটা মন্দিৰ স্বৰ্গীয় কিবা এটাৰ প্ৰতি উচৰ্গিত কৰা হয় য’ত সেইবোৰও নিবাস কৰে। সেই একেদৰে প্ৰতিজন কৰিন্থীয়া বিশ্বাসীৰ শৰীৰ একোটা মন্দিৰৰ নিচিনা যিহেতু পবিত্ৰ আত্মাৰ উপস্থিতি তেওঁলোকৰ মাজত আছে। (শাব্দিক অৰ্থ চাওক)

কাৰণ তোমালোক মুল্যেৰে কিনা হ’লা

পাপৰ বন্দীত্বৰ পৰা মুক্ত কৰিবলৈ ঈশ্বৰে তাৰ মুল্য দিলে। ব্যাখ্যাঃ“তোমালোকৰ স্বতন্ত্ৰ্যতাৰ বাবে ঈশ্বৰে মুল্য দিলে”

সেই কাৰণে

ব্যাখ্যাঃ “সেয়ে” নাইবা “যিহেতু এইটো সত্য” বা “এই বাস্তব কথাটোৰ কাৰণে।”