as_tn/1co/06/12.md

1.3 KiB
Raw Blame History

“মোলৈ সকলো অবাধ”

ব্যাখ্যাঃ “কোনোৱে কয়, মই সকলো কৰিব পাৰোঁ” বা “মোক সকলো কৰিবলৈ দিয়া হৈছে”

কিন্তু সকলো হিতজনক নহয়

“কিন্তু সকলোৱেই মোলৈ উপকাৰী নহয়”

মই কোনোটোৰে অধীন নহ’ম

ব্যাখ্যাঃ “এই বিষয়বোৰে মোৰ ওপৰত নেতাৰ দৰে অঘিকাৰ নচলাব।”

“পেটৰ কাৰণে আহাৰ, আৰু আহাৰৰ কাৰণেও পেট”

কিন্তু ঈশ্বৰে এই দুয়োকো নাইকীয়া কৰিব ব্যাখ্যাঃ “কোনোৱে কয়,‘আহাৰ হৈছে পেটৰ কাৰণে,আৰু পেট হৈছে আহাৰৰ কাৰণে, কিন্তু ঈশ্বৰে এই আহাৰ আৰু পেট দুয়োকো নাইকীয়া কৰিব।”

পেট

শৰীৰিক অঙ্গ (একত্ৰকৰণ চাওক)

নাইকীয়া কৰিব

“বিনাশ কৰিব”