as_tn/1co/01/28.md

1.3 KiB

তলখাপৰ আৰু অবহেলিত

এনে লোকবিলাক যাক জগতখনে অগ্ৰাহ্য কৰে। ব্যাখ্যা:"এনে মানুহবিলাক যিবিলাক নম্ৰ আৰু অগ্ৰাহ্য কৰা হৈছে।" # যিবোৰক একেবাৰে একোবুলি গণ্য কৰা নহয় "যিটোক মানুহে সাধাৰণতে কোনো মুল্যৰ বুলি বিবেচনা নকৰে।" (সক্ৰিয়তা/নিস্ক্ৰিয়তা চাওক)

একোলৈকে আনিবলৈ নহয়

" ইয়াৰ গুৰুত্বতা আতৰাই দিবলৈ।"

যিবোৰ বস্তু মুল্যবান বুলি গণ্য কৰা হয়

" মানুহে সাধাৰণতে যিবোৰ বস্তুক মুল্যবান বুলি গণ্য কৰে" নাইবা "মানুহে যিবোৰ বস্তুক টকাৰ মুল্য বা আদৰৰ যোগ্য বুলি ভাবে।"(সক্ৰিয়তা বা নিস্ক্ৰিয়তা চাওক)

তেওঁ এইটো কৰিলে

"ঈশ্বৰে এইটো কৰিলে।"