20 lines
1.1 KiB
Markdown
20 lines
1.1 KiB
Markdown
# পাছে দুৱাৰত টুকুৰীয়াই যাব ধৰিলে
|
|
|
|
টুকুৰীয়াই যাব ধৰিলে অৰ্থাৎ ভিতৰত থকা সকলে কথা পাতি থকা সময়ত পিতৰে একেৰাহে দুৱাৰত টুকুৰীয়াই থাকিল৷
|
|
|
|
# যেতিয়া তেওঁবিলাকে দুৱাৰ খুলিলে তেওঁবিলাক তেওঁক দেখিলে আৰু আচৰিত হল
|
|
|
|
“দুৱাৰ খুলাৰ পিছত, ভিতৰত থকা লোক সকলে পিতৰ দেখি আচৰিত হল”
|
|
|
|
# তেওঁ হাত টাৰবাৰ কৰি…তেওঁবিলাকক কলে
|
|
|
|
“ভিতৰত থক লোক সকলক হাতেৰে ইংগিত কৰি… তেওঁবিলাক কলে”
|
|
|
|
# এই ঘটনা সমূহ কোৱা
|
|
|
|
“এই বিষয় সমূহ কোৱা”
|
|
|
|
# তেওঁ গুচি গল
|
|
|
|
“পিতৰ গুচি গল”
|