as_tn/act/08/04.md

8 lines
877 B
Markdown

# যিবিলাক বিশ্বাসী বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিল…
“যিবিলাক বিশ্বাসী এই অতি অধিক উৎপীড়নৰ দ্বাৰা বিভিন্ন ঠাইত সিঁচৰিত হৈ পৰিছিল”সিঁচৰিত হোৱাৰ কাৰণ হল
উৎপীড়ন, আগতে বিস্তৃত ভাৱে কোৱা হৈছে৷(চাওঁকঃWriting Styles Background Information)
# চমৰীয়া চহৰঃ এইটো স্পষ্ট নহয় চমৰীয়াৰ চহৰ মানে “চহৰখনক” বুজাইছে (ULB) বা “কোনো এখন চহৰৰ” কথা বুজাইছে(UDB)৷ “চহৰখন” বুলি অনুবাদ কৰক