as_tn/act/05/09.md

12 lines
999 B
Markdown

# প্ৰভুৰ আত্মাক পৰীক্ষা কৰিবলৈ তোমালোক কেনেকৈ একমত হলা
এইটো উত্তৰ আশা নকৰা প্ৰশ্ন৷ এইটো এনেদৰেও অনুবাদ কৰিব পাৰি, “তোমালোকে প্ৰভুৰ আশা পৰীক্ষা কৰিবলৈ একমত হলা৷”
# তেওঁ শেষ নিশ্বাস পেলালে
“তেওঁ মৰিল” ৰ সলনি সৰল ভাষাত এইটো কোৱা হৈছে৷ ই কঠোৰতা হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা প্ৰকাশ ভঙ্গী৷
# সেইবিলাকৰ ভৰিবোৰ
এইটো এটা সলনি শব্দ৷ “ভৰিবোৰ”অননিয়ক কৱৰ দিয়া মানুহবিলাকক বুজাইছে৷(চাওঁকঃSynecdoche)