as_tn/act/01/09.md

1.6 KiB

তেওঁলোকে ওপৰলৈ চাই থাকোতে

“পাচনিবিলাকে আকাশলৈ চাই থাকোতেই”

তেওঁ এডোখৰ ডাৱৰত তেওঁলোকৰ চকুৰ পৰা অদৃশ্যহৈ গল

“তেওঁ ওপৰলৈ আকাশত উঠিল, আৰু এচপৰা ডাৱৰে তেওঁলোকৰ দৃষ্টিৰ পৰা তেওঁক ঢাকি ৰাখিলে আৰু তেওঁলোকে তেওঁক আৰু দেখা নাপালে৷

আকাশলৈ একে থৰে চাই

“ৰ’লাগি আকাশলৈ চাই” বা “তথা লাগি চাই থকা”

তোমালোক গালীলৰ মানুহবিলাক

নিদিষ্ট ভাৱে “তোমালোক পাঁচনিবিলাক”৷ যদিও দূতবিলাকে পাঁচনিবিলাকক উদ্দেশে কথা কৈছিল, আন পদবিলাকে ইঙ্গিত দিয়ে যে পুৰুষ আৰু তিৰোতাকে ধৰি আন শিষ্যসকলো সেই ঘটনাটোৰ সময়ত উপস্থিত আছিল৷

তোমালোকে কিয় থিয়হৈ আকাশলৈ চাই আছা?

এই উত্তৰ আশা নকৰা প্ৰশ্নটো বিবৃত্তি ৰূপেও অনুবাদ কৰিব পাৰি যি দৰে UDB ত কৰা হৈছে৷(চাওঁকঃ Rhetorical Question)