as_tn/2jn/01/07.md

1.9 KiB

বহুতো প্ৰৱঞ্চক

এইটো এনেদৰে অনুবাদ কৰিব পাৰি " বহুতো আনুগত্যহীন শিক্ষক শিক্ষয়িত্ৰী" নাইবা "বহুতো ছদ্মবেশী"

বহুতো প্ৰৱঞ্চক জগতলৈ ওলাল

এইটো এনেদৰে অনুবাদ কৰিব পাৰি "বহুতো আনুগত্যহীন শিক্ষক শিক্ষয়িত্ৰীয়েই খ্ৰীষ্টীয় সমাবেশটো এৰি গল"।

যীচুখ্ৰীষ্ট মাংসত আহিল

এইটো এটা সলোৱা কাৰ্য। ইয়াৰ অৰ্থ হল "যীচুখ্ৰীষ্ট প্ৰকৃত মানুহ ৰূপে আহিল"। (চাওকঃ সলোৱা কাৰ্য)

এইটোৱেই প্ৰৱঞ্চক আৰু খ্ৰীষ্ট বিৰোধীজন

এইটো এনেদৰে অনুবাদ কৰিব পাৰি "সিহঁতেই হল আনলোকক প্ৰৱঞ্চনা কৰোতা, আৰু স্বয়ং খ্ৰীষ্টবিৰোধী"।

তোমালোকে নিজকে নিজে চোৱা

"পৰদি থাকা" বা "মনোযোগ দিয়া"।

বস্তুটো হেৰুৱাবা

এইটো এনেদৰে অনুবাদ কৰিব পাৰি "তোমালোকে স্বৰ্গত ভৱিষ্যতে পাবলগীয়া পুৰস্কাৰসমূহ হেৰুৱাবা"। সম্পূৰ্ণ পুৰস্কাৰ এইটো অনুবাদ কৰিব পাৰি

"স্বৰ্গত সম্পূৰ্ণ পুৰস্কাৰ"