as_tn/2jn/01/04.md

2.3 KiB

যোহনে মণ্ডলীটোক এগৰাকী "ভদ্ৰমহিলা" ৰূপে সম্বোধন কৰি কৈছে। বিশ্বাসীসকলেই তেওঁৰ "সন্তানবিলাক"।

তোমাৰ কিছুমান সন্তানে

" তোমাৰ" এই শব্দটো একবচন।

ঠিক যিদৰে আমি এই আজ্ঞাটো পিতৃৰ পৰা পালো

"ঠিক যিদৰে পিতৃ ঈশ্বৰে আমাক আজ্ঞা দিলে"

মইযে তোমালোকক এটা নতুন আজ্ঞা লিখিলো ঠিক এনে নহয়

"মই তোমালোকক কিবা এটা নতুন কাম কৰিবলৈ আজ্ঞা দিছো, ঠিক এনে নহয়"

কিন্তু যিটো আমাৰ লগত আৰম্ভনিৰে পৰাই আছিল " কিন্তু আমি প্ৰথমে বিশ্বাস কৰিলত, খ্ৰীষ্টে আমাক যি কৰিবলৈ আজ্ঞা দিলে, মই তাকেই লিখিছো"। (চাওকঃ স্পষ্ট আৰু ইংগিত বহন কৰা)

যে আমি পৰস্পৰে ভাল পোৱা উচিত

এইটো এটা নতুন বাক্যৰূপে এনেদৰে অনুবাদ কৰিব পাৰিঃ " আৰু তেওঁ আজ্ঞা দিলেযে আমি পৰস্পৰে ভালপোৱা উচিত"।

আজ্ঞাটো এই, আনকি তোমালোকে আৰম্ভনিৰে পৰাই যেনেকৈকৈয়ে শুনিলা যে তোমালোকে এইটোত চলা উচিত "এইটো" শব্দটোৱে ভালপোৱাক বুজাইছে।

সলনি অনুবাদঃ " পৰস্পৰে ভাল পাবলৈ, প্ৰথম বিশ্বাস কৰাৰে পৰাই তেওঁ তোমালোকক আজ্ঞা কৰিলে।

যে তোমালোকে চলা উচিত

"তোমালোক" শব্দটো বহুবচন।