as_tn/1jn/02/07.md

24 lines
2.6 KiB
Markdown
Raw Normal View History

2018-08-07 23:35:05 +00:00
# হে প্ৰিয়বিলাক
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
এই বাক্যষাৰ এনে দৰে অনুবাদ কৰিব পাৰি “বন্ধুসকল” বা “খ্ৰীষ্টত প্ৰিয় বিশ্বাসী সকল”
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# মই তোমালোকলৈ কোনো নতুন আজ্ঞা লিখা নাই, কিন্তু আদিৰে পৰা যি আছিল
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
ইয়াৰ দ্বাৰাই যোহনে যীচুৰ সেই এজনে আনজনক প্ৰেম কৰা আজ্ঞাটিৰ কথা কৈছে। ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “তোমালোকে যেন ইজনে সিজনক প্ৰেম কৰা এনে আজ্ঞা মই লিখিছো। এইটো কোনো নতুন কথা নহয় কিন্তু আগতে কৈ যোৱা এটা আজ্ঞা।”
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# আৰম্ভণিৰে পৰা
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
“যেতিয়াৰে পৰা তোমালোকে প্ৰথমে খ্ৰীষ্টক বিশ্বাস কৰিলা” (চোৱাঃExplicit and Implicit )
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# আকৌ মই তোমালোকলৈ নতুন আজ্ঞা লিখিছো
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
ইয়াক এনে ধৰণে অনুবাদ কৰিব পাৰি “এক প্ৰকাৰে মই তোমালোকলৈ যি আজ্ঞা লিখিছো সেইয়া এক নতুন আজ্ঞা।”
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# যিটো খ্ৰীষ্টত আৰু তোমালোকত, উভয়তে সত্য
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “এইটো নতুন কিয়নো খ্ৰীষ্টই যি কৰিলে সেয়ে নতুন, আৰু এতিয়া তোমালোকে যি কৰি আছা সেইয়াও নতুন।”
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# আন্ধাৰ গুচি যাব লাগিছে, আৰু সম্প্ৰতি প্ৰকৃত পোহৰ হৈ আহিছে
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
ইয়াত “আন্ধাৰ” শব্দটোৱে পাপক বুজাইছে আৰু “পোহৰ” শব্দটিয়ে ধাৰ্মিকতাক বুজাইছে। ইয়াক এনে ধৰণেও অনুবাদ কৰিব পাৰি “যিহেতু তোমালোকে পাপ স্বাভাৱ এৰিছা আৰু অধিক ধাৰ্মিকতা সম্পন্ন কাৰ্য্য কৰিছা।” (চোৱাঃMetaphor)