as_tn/jud/01/12.md

43 lines
4.8 KiB
Markdown
Raw Normal View History

2018-07-19 20:52:16 +00:00
যিহূদাই এলানি উপমা অলংকাৰে পুনৰ আৰম্ভ কৰিছে
2018-08-07 23:35:05 +00:00
# এই বিলাকেই সেইসকল
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
“এইবিলাক” শব্দটোৱে অধার্মিক মানুহবিলাকৰ কথা বুজাইছে৷
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# যিবিলাক লুকাই থকা পানীৰ তলৰ শিল
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
পানীৰ তলত থকা শিলে জাহাজ ডুবাই দিব পাৰে, সেইদৰে এই লোকবিলাকো বিশ্বাসীসকলৰ বাবে এক বিপদ৷ সলনি অনুবাদ: “যিসকল পানীৰ তলত লুকাই থকা বিপদজনক শিলৰ নিচিনা৷” (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-07-19 20:52:16 +00:00
# তোমালোকৰ প্ৰীতি
2018-08-07 23:35:05 +00:00
ভোজবোৰত, তেওঁলোকে তোমালোকৰ লগত যেতিয়া আনন্দ উৎসৱ কৰে
“তোমালোকৰ প্ৰীতি ভোজত যেতিয়া তেওঁলোকে তোমালোকৰ সৈতে খায়”
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
# পানী নথকা মেঘ
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
বাগিচাত পানী যোগান নধৰা মেঘৰ নিচিনাকৈ, এই লোকবিলাকে বিশ্বাসী সকলৰ কাৰণে যত্ন নলয়৷ (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# ফলহীন শৰৎকালৰ গছবোৰ
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
যেনেকৈ গ্ৰীস্ম কালৰ শেষত কিছুমান গছে ফল উৎপন্ন নকৰে, সেইদৰে এই অধার্মিক লোকবিলাকৰ বিশ্বাস আৰু ধার্মিকতাৰ কর্ম নাই৷ (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# ফলহীন, দুবাৰ মৰা
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
বৰফৰ দ্বাৰা আবৃত দুবাৰকৈ মৰা গছবোৰে যেনেকৈ ফল নিদিয়ে, সেইদৰে অধার্মিক মানুহবিলাকৰ মূল্য নাই আৰু তেওঁলোকৰ আত্মিক জীৱন নাই৷(চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# শিপাই সৈতে বিচ্ছিন্ন হোৱা
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
মাটিৰ পৰা সম্পূর্ণ ৰূপে শিপাই সৈতে উভালি পোলোৱা গছবোৰৰ দৰে, অধার্মিক লোক বিলাকক, জীৱনৰ উৎস, ঈশ্বৰৰ পৰা বিচ্ছিন্ন কৰা হল৷ (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# সাগৰৰ প্ৰচণ্ড ঢৌ
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
যেনেকৈ সাগৰৰ ঢৌবোৰ শক্তিশালি বতাহৰ দ্বাৰা উৰাই নিয়ে, তেনেকৈ অধার্মিক লোক বিলাকৰ বিশ্বাসৰ ভেঁটি নাছিল আৰু সহজে অনেক দিশত গতি কৰিছিল৷ (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# সিহঁতৰ নিজৰ লাজৰ ফেন
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
যেনেকৈ বতাহে প্ৰচণ্ড ঢৌবোৰেৰে লেতেৰা ফেন আলোড়িত কৰে সেইদৰে এই মানুহবিলাকে সিহঁতৰ প্ৰৱঞ্চণামূলক উপদেশ আৰু কার্যবোৰৰ জড়িয়তে নিজকে লজ্জিত কৰে৷ সলনি অনুবাদ: ঠিক যিদৰে ঢৌবোৰে ফেন আৰু ময়লা কঢ়িয়াই আনে, এই মানুহবিলাকেও সিহঁতৰ লাজ লগা কর্মই আন লোকক কলুষিত কৰে৷ (চাওক: উপমা অলংকাৰ)
2018-07-20 20:45:52 +00:00
2018-08-07 23:35:05 +00:00
# উদ্দেশ্যহীন ভ্ৰমণকাৰী তৰাবোৰ যাৰ কাৰণে ঘোৰ অন্ধকাৰ চিৰ কাললৈ ৰাখি থোৱা হৈছে
2018-07-19 20:52:16 +00:00
2018-08-07 23:35:05 +00:00
ঠিক যেনেকৈ কিছুমান তৰাই এঠাইৰ পৰা আন ঠাইলৈ লক্ষ্যহীন ভাৱে গতি কৰাত, এই তৰাবোৰ জাহাজৰ গতিপথ নিয়ন্ত্ৰণৰ কার্যত নির্ভৰযোগ্য নহয়, সেইকাৰণে তোমালোকেও এই লোক বিলাকক অনুসৰণ কৰা উচিত নহয়৷ (চাওক: উপমা অলংকাৰ)