as_obs/content/back/intro.md

1.9 KiB
Raw Blame History

জড়িত হোৱা !

আমি বাইবেলৰ এই ক্ষুদ্ৰ সংকলনটো পৃথিবীৰ সকলো ভাষাতে সহজলভ্য কৰিব বিচাৰিছো আৰু আপোনালোকে সহায় কৰিব পাৰে ! এইটো অসম্ভৱ নহয় আমি ভাবো যে যদি খ্ৰীষ্টৰ গোটেই শৰীৰৰ এক লগ হৈ সহায় আগবঢায় তেনে হলে এই উৎস অনুবাদ আৰু বিতৰণ কৰা সম্ভৱ ৷

বিনামূলীয়াকৈ বিতৰণ কৰক

আপোনালোকে যিমান ইচ্ছা সিমান এই পুস্তক খন বিতৰণ কৰিব পাৰে, ইয়াত কোনো ধৰণৰ বাধা নাই ৷ ইয়াৰ সকলোবিলাক উৎস অনলাইনত বিনামূলীয়া ভাৱে উপলব্ধি, আপুনি ইয়াক প্ৰকাশ কৰাতো কোনো ধৰণৰ বাধা নাই, ইয়াৰ বাবে আপুনি কোনো ধৰণৰ মাছুল দিয়াৰ প্ৰয়োজন নাই ! ইয়াক আপোনালোকে পাব
openbiblestories.org.

আগবঢোৱা !

এই আনফলডিং ৱৰ্ড অপেন বাইবেল স্তৰিচৰ উৎস মোবাইল ফোনত বেলেগ বেলেগ ভাষাত উপলব্ধ ৷ ইয়াক আপোনালোকেopenbiblestories.org. পাব ৷ এই ৱেবচাইচট ব্যৱহাৰ কৰাৰ দ্বাৰাই তাত উপলব্ধ উৎস সমূহ আপুনি নিজ ভাষাত অনুবাদ কৰাৰ সুবিধাও পাব ৷