as_tn/2jn/01/12.md

1.4 KiB

আৰু সেই বিলাক কাগজ আৰু চিয়াঁহীৰে লিখিবলৈ মই ইচ্ছা নকৰিলো

এইটো এনেদৰে অনুবাদ কৰিব পাৰি "কিন্তু মই সেই বিলাক তোমালোকলৈ চিঠিত লিখিবলৈ নিবিচাৰিলো"।

মুখামুখিকৈ

এইটো অনুবাদ কৰিব পাৰি " প্ৰকৃততে তোমালোকৰ সৈতে"

আনন্দ পূৰ কৰিব পৰা হব

এইটো অনুবাদ কৰিব পাৰি " আনন্দ সম্পূৰ্ণ হব পাৰে"

তোমাৰ নিৰ্বাচিত ভণীয়েৰৰ সন্তান বিলাকে

ইয়াত যোহনে এই আন মণ্ডলীটোক এগৰাকী ভণীয়েকৰ লগত তুলনা কৰিছে।আৰু সেই মণ্ডলীৰে এটা অংশ, বিশ্বাসী সকলক সন্তান বিলাকৰ লগত তুলনা কৰিছে। সকলো বিশ্বাসীয়েই যে এক আত্মিক পৰিয়াল এইটোৱে গুৰুত্ব আৰোপ কৰিছে। (চাওকঃ সাদৃশ্য)