as_tn/2jn/01/09.md

1.3 KiB

যি জনেই আগলৈ যায়

এইটোৱে এনে এগৰাকী ব্যক্তিৰ কথা বুজাইছে যি আনলোকতকৈও ঈশ্বৰ আৰু সত্যৰ বিষয়ে অধিক জানো বুলি দাবী কৰে। সলনি অনবাদঃ "যি জনেই ঈশ্বৰৰ বিষয়ে অধিক জানো বুলি দাবী কৰে"।

খ্ৰীষ্টৰ শিক্ষাত লাগি নাথাকে

"খ্ৰীষ্টে যি শিকালে সেই শিক্ষাত ভাৰষা অব্যাহত নাৰাখে"।

(সেইজনৰ) ঈশ্বৰ নাই

"ঈশ্বৰৰ নহয়"

তোমালোকৰ ওচৰলৈ আহে

"তোমালোকৰ" শব্দটো বহুবচন।

তোমালোকৰ ঘৰ

"তোমালোকৰ" শব্দটো বহুবচন।

তেওঁৰ বেয়া কাৰ্যসমূহত ভাগ লয়

"তেৱেঁ সৈতে তেওঁৰ বেয়া কাৰ্য সমূহৰ অংশীদাৰ হয়। নাইবা " তেওঁৰ বেয়া কাৰ্য্ সমূহত সহায় কৰে"।