as_lev_text_ulb/24/19.txt

1 line
768 B
Plaintext

\v 19 আৰু যদি কোনোৱে তেওঁৰ ওচৰ-চুবুৰীয়াক আঘাত কৰে, তেন্তে তেওঁ যেনে কৰিলে, তেওঁলৈকো তেনে কৰা যাব; \v 20 অঙ্গ ভঙাৰ সলনি অঙ্গ ভঙা, চকুৰ সলনি চকু, দাঁতৰ সলনি দাঁত। যিদৰে তেওঁ আন জনক আঘাত কৰিলে, তেওঁলৈকো তেনেই কৰা হ’ব। \v 21 যি জনে পশু বধ কৰিব, তেওঁ তাৰ সলনি পশু দিব আৰু যি জন লোকে নৰবধ কৰিব, তেওঁৰ প্ৰাণদণ্ড হ’ব।